massmass media

mass communication (English) [ IPA: ˈmæs kəˌmjuːnəˈkeɪʃən ASM: মাচ কমিউনিকেচন]
Contributed by: Partha P Sarmah on 2008-04-24
1. (Abstract Noun) a process of providing, sharing information with many people at the same time through print and electronic media, internet etc. ৰেডিঅ’, দূৰদৰ্শন, বাতৰি কাকত, ইন্টাৰনেট আন্তজাল আদিৰ মাধ্যমেৰে একে সময়তে বহু ঠাইৰ বহু মানুহক খবৰ বাতৰি দিয়া বা ভাবৰ আদান প্ৰদান, তথ্য বিনিময় কৰা এক পদ্ধতি৷